April 10, 2025 6:44 PM April 10, 2025 6:44 PM
9
ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহাই জিলাখনৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইয়াৰ লগতে জিলাৰ সদৰ হামৰেঙত অনুষ্ঠিত অসমী মেলা থলীও ধুমুহাই বেয়াকৈ ক্ষতিসাধন কৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনু...