December 29, 2025 7:47 PM

views 16

ৰাজ্যত শীতপ্রবাহৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত, দেশৰ বিভিন্ন অংশত শীতৰ বাবে ইয়েল এলার্ট জাৰি

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কৱলত পৰিছে। কালিৰ পাছত আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত ২২ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰীলৈ হ্রাস পোৱাৰ বাবে দিনৰ ভাগত জনসাধাৰণে যথেষ্ট শীত অনুভৱ কৰিছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্ৰ...

August 22, 2025 12:14 PM

views 19

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া, দুই-এজাক বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত প্ৰৱল বৰষুণ হোৱাৰ সম্ভা...