May 26, 2024 1:00 PM

views 27

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰ পৰা অহা ২৯ মে’লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজিৰ পৰা অহা ২৯ মেলৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি অসমৰ লগতে মিজোৰাম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্রীষ্ম প্রবাহৰ সম্ভাবনা আছে। কাইলৈৰ পৰা ২৯ মে'লৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ৰাজ্যৰ বিভিন্ন স্থা...