May 3, 2025 7:57 PM
5
ৱেভছ সন্মিলনত ভাৰতৰ লাইভ ইভেণ্টছ ইকনমি – ষ্টেটেজিক গ্রোথ ইমপেৰেটিভৰ প্ৰথমখন শ্বেতপত্ৰ উন্মোচন
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে আজি মুম্বাইত অনুষ্ঠিত ৱেভছ সন্মিলনত ভাৰতৰ লাইভ ইভেণ্টছ ইকনমি – ষ্টেটেজিক গ্রোথ ইমপেৰেটিভৰ প্ৰথমখন শ্বেতপত্ৰ উন্মোচন কৰে। স্বেতপত্ৰখনে ভাৰতৰ দ্ৰুত গতিত সম্প্ৰসাৰিত সক্ৰিয় মনোৰঞ্জন উদ্যোগৰ বিষয়ে এটা বিস্তৃত বিশ্লেষণ বিশেষকৈ এই খণ্ডটোৰ অবিৰত বিৱৰ্তনৰ ক্ষেত্ৰত বৃদ্ধি, কৌশলগত পৰামৰ্শ আগবঢ়ায়। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ সংগঠিত সক্ৰিয় মনোৰঞ্জন উদ্যোগৰ ১৫ শতাংশ প্ৰসাৰণ ঘটিছে যাৰ ফলত ২০২৪ চনত আনুমানিক ১০৯ কোটি অতিৰিক্ত ৰাজহ বৃদ্ধি পাইছে। প্রতিবেদ...