June 19, 2024 8:45 PM

views 20

দিল্লীত জলসংকটৰ পৰিপ্ৰেক্ষিতত পানী বিতৰণ কেন্দ্ৰত জনসাধাৰণৰ ভিৰ

দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনৰ জনসাধাৰণে পানী বিতৰণ কেন্দ্ৰসমূহত গোট খাইছে। ৰাজধানী নগৰখনৰ বাসিন্দাসকলে পানী বিতৰণ কেন্দ্ৰসমূহৰ পৰা প্লাষ্টিকৰ যতন আৰু বাল্টিৰে পানী সংগ্ৰহৰ বাবে গোট খোৱা দেখা গৈছে। দিল্লী মহানগৰৰ বিভিন্ন এলেকা যেনে - সংগম বিহাৰ, মেহৰুলি, বসন্ত বিহাৰ, ওখলা, বসন্তকুঞ্জ, চাণক্যপুৰী, নাৰেলা, ৰোহিনী, উত্তম নগৰ, জনকপুৰী, বিকাশপুৰী, মতিনগৰ, পেটেল নগৰ, চাটাৰপুৰ, বাৰৱাল নগৰ, মুখার্জী নগৰ, গীতা ক’লনি, কৃষ্ণা নগৰ আৰু শ্বাহদাৰা এলেকাত ব্যাপক জলসংকটে দেখা দিছে। এনে পৰিস্...