May 20, 2025 8:33 PM

views 39

উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্‌ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্‌ফ সম্পত্তিৰ মালিকানা আৰু বিক্ৰীৰ জৰিয়তে ৱক্‌ফ সম্পত্তি সম্পর্কত আদালতে বিবেচনা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক ৱক্‌ফ ব'ৰ্ড আৰু কেন্দ্ৰীয় ৱক্‌ফ পৰিষদৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কত আবেদনকাৰীসকলে দাখিল কৰা আপত্তি সম্পর্কেও সর্ব...

April 25, 2025 9:19 PM

views 30

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা দাখিল

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত আজি কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰিছে। গোচৰটো সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ খণ্ড আদালতে দিয়া নিৰ্দেশ অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ হৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্রালয়ে এইউ শপতনামা দাখিল কৰিছে। ১৯৯৫ চনৰ ৱাকফ আইনৰ অপ-প্ৰয়োগৰ জৰিয়তে চৰকাৰী ভূমিৰ বেদখল বন্ধ কৰাৰ প্ৰৱণতা ৰোধ আৰু দেশৰ ৱাকফ বৰ্ড সমূহে সুচাৰুৰূপে আৰু স্বচ্ছভাৱে কাম কৰাটো সুনিশ্চিত কৰাৰ বাবে এই সংশোধন...

August 28, 2024 10:03 AM

views 28

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বিভিন্ন পক্ষলৈ দিহা পৰামৰ্শৰ আহ্বান

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ, বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। লোকসভা সচিবালয়ে এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে কমিটীলৈ লিখিত পৰামৰ্শ আগবঢ়াব বিচৰা ব্যক্তিসকলে হিন্দী অথবা ইংৰাজী ভাষাত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে নতুন দিল্লীৰ সংসদৰ উপ-ভৱনৰ ৪৪০ নম্বৰ কক্ষৰ ঠিকনাত লোকসভা সচিবালয়ৰ যুটীয়া সচিবলৈ ডাকযোগে দুটাকৈ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব। জনসাধাৰণে jpcwaqf-lss...

August 9, 2024 8:44 PM

views 23

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ সদস্যৰ নামত প্ৰস্তাৱ

লোকসভাই আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰিবলগীয়া যুটীয়া সমিতিৰ ২১-গৰাকী সদস্যৰ নাম সম্পর্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি এই সমিতিৰ সদস্যসকলব ভিতৰত জগদম্বিকা পাল, নিশিকান্ত ডুবে, তেজস্বী সূর্যা, দিলীপ শ‍ইকীয়া, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাভেদ, কল্যাণ বেনাৰ্জী আৰু আছাদুদ্দিন ওৱেছিক অন্তৰ্ভুক্ত কৰা হৈছে। সমিতিখনত ৰাজ্যসভাবো ১০গৰাকী সদস্য থাকিব। নিম্ন সদনত প্ৰস্তাৱটো উত্থাপন কৰি সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিরেণ বিজিজুৱে কয় যে সমিতিখনে সংসদ...