April 15, 2025 2:43 PM

views 26

ৱাকফ সংশোধনী আইন ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত ঘটনাৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন দাখিল

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাক্‌ফ সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বিজেপিয়ে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুক আহ্বান জনাইছে। ৰাজ্যপালগৰাকীলৈ লিখা এখন পত্ৰত ৰাজ্যিক সভাপতি ড০ সুকান্ত মজুমদাৰে ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে এই ঘটনা সংক্রান্তত আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দলৰ তদন্তৰ আহ্বান জনাই শশাংক শেখৰ ঝা নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইফালে কালি সী...

April 4, 2025 11:30 AM

views 19

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত

ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হৈছে। ৰাজ্যসভাই প্ৰায় ১২ ঘণ্টা জোৰা আলোচনাৰ অন্তত যোৱানিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত ১২৮ গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰে। লোকসভাত ইতিমধ্যে বিধেয়খন গৃহীত হৈছে। ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ ৰ মূল উদ্দেশ্য হৈছে— ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱক্‌ফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱক্‌ফ পৰিষদ আৰু স্থানীয় কর্তৃপক্ষসমূহৰ মাজত সম...

April 3, 2025 12:32 PM

views 30

লোকসভাত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত

লোকসভাই বিৰোধী পক্ষই উত্থাপন কৰা সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰি ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰিছে। লোকসভাত কালি ২৮৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই ইয়াৰ বিপক্ষে ভোটদান কৰে। নিম্ন সদনত শেষ নিশালৈকে ১২ ঘণ্টাৰো অধিক সময় ধৰি বিধেয়কখনক লৈ আলোচনা কৰা হয়। ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ৰ মূল উদ্দেশ্য হৈছে- ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱক্‌ফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনা দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱক্‌ফ পৰিষদ আৰু স্থানীয় কর্তৃপক্ষসমূ...

January 29, 2025 7:28 PM

views 27

ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীৰ খচৰা প্ৰতিবেদনত অনুমোদন

ৱাকফ সংশোধনী বিধেয়ক, ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। নতুন দিল্লীৰ আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত এই ৩১ জনীয়া কমিটীখনৰ অধ্যক্ষ জগদম্বিকা পালে কয়, যে কমিটীখনে বিধেয়কখনৰ ১৪ নম্বৰ দফা সম্পৰ্কীয় সংশোধন গ্ৰহণ কৰিছে। তেওঁ কয়, যে এই প্রতিবেদন কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হ'ব। বিগত ছমাহত বিধেয়কখন সন্দৰ্ভত বিশদভাৱে আলোচনা হোৱা বুলি শ্ৰী পালে প্ৰকাশ কৰে। ইপিনে, কমিটীখনত অন্তৰ্ভুক্ত বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবেদনখন...

October 16, 2024 11:24 AM

views 22

নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় কমিটীৰ আলোচনা

সংসদৰ উভয় সদনৰ সদস্যক লৈ গঠিত যুটীয়া সংসদীয় কমিটীয়ে কালি নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ আলোচনা কৰে। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিধেয়কখন সন্দৰ্ভত সংখ্যালঘু মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰ মৌখিক সাক্ষ্য গ্রহণ কৰা হয়। ৱাক্‌ফ বোৰ্ডৰ কার্যপ্ৰণালীৰ ত্ৰুটি দূৰ কৰা আৰু ৱাক্‌ফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধিয়ে ৱাক্‌ফ সংশোধনী বিধেয়কৰ মূল উদ্দেশ্য। যুটীয়া সংসদীয় কমিটীয়ে বিধেয়কখন চালি-জাৰি চাই সংসদৰ শীতকালীন অধিবেশনত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা...