May 20, 2025 8:33 PM
36
উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব
উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্ফ সম্পত্তিৰ মালিকানা আৰু বিক্ৰীৰ জৰিয়তে ৱক্ফ সম্পত্তি সম্পর্কত আদালতে বিবেচনা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক ৱক্ফ ব'ৰ্ড আৰু কেন্দ্ৰীয় ৱক্ফ পৰিষদৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কত আবেদনকাৰীসকলে দাখিল কৰা আপত্তি সম্পর্কেও সর্ব...