September 25, 2024 7:47 PM

views 22

আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ দ্বিতীয় সংস্কৰণক সম্বোধন উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ ভিতৰত অন্যতমৰূপে আৰু গোলকীয় বিনিয়োগৰ আকৰ্ষণীয় স্থলীৰূপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত আয়োজিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ ৰ দ্বিতীয় সংস্কৰণক সম্বোধন কৰি শ্ৰীধনখড়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতীয় অৰ্থব্যৱস্থাৰ পৰিধি প্রায় ৪ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী দশকত দেশৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ১২ টা নতুন ঔদ...