ডাউনলোড
মোবাইল এপ

android apple
signal

July 22, 2025 7:41 PM

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। শ্ৰী ধনখড়ে কালি স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিগৰাক...