September 12, 2025 6:28 PM

views 15

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ

চি পি ৰাধাকৃষ্ণণে আজি দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰায়। শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্রাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কেন্দ্ৰীয় মন্ত্ৰীসকল - ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, পীয়ুষ গোৱেল আৰু নীতিন গাড়কাৰীকে ধৰি ভালেসংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে যোৱ...