June 17, 2025 7:38 PM
12
পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক, কৰ্মচাৰীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মত বিনিময়
বিকশিত ভাৰত মাথো এটা সপোনেই নহয় বৰং জ্ঞান অর্থব্যৱস্থা চালিত নিশ্চিত লক্ষ্য বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্রকাশ কৰিছে। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীধনখড়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধান অংশীদাৰ হিচাপে দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে শিক্ষাই সকলো ধৰণৰ অসমানতা দূৰ কৰি সমতা স্থাপন কৰে। তেওঁ অৱশ্যে ...