February 22, 2025 11:38 AM

views 20

২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনত উপ-ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে বহনক্ষম উন্নয়ন এতিয়া কোনো বিকল্প নহয়, বৰং এয়া হৈছে একমাত্র উপায়। নতুন দিল্লীত কালি ২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্রীধনখড়ে এইদৰে কয়। তেওঁ কয়, যে গ্ৰাম্য খণ্ডৰ সহায়ৰ জৰিয়তেহে বহনক্ষম উন্নয়নৰ ভেঁটি স্থাপন কৰিব পাৰি। গোলকীয় দক্ষিণ অর্থাৎ অর্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আছিল বুল...

January 17, 2025 10:38 AM

views 22

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ যাব। উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শ্ৰীধনখড়ৰ এয়া হ'ব প্ৰথম লাক্ষাদ্বীপ ভ্রমণ। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ সদস্য আৰু হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব।

September 4, 2024 6:23 PM

views 32

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা স্বাগত কুমাৰ আৰু মাৰিয়াপ্পান থাংগাৱেলুক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, তেওঁলোকৰ এই প্ৰাপ্তি হৈছে সুন্দৰ ধাৰাবাহিক প্ৰদৰ্শনৰ উদাহৰণ। তেওঁ কয় যে, তেওঁলোকৰ এই সফলতাই ...

August 16, 2024 6:47 PM

views 36

নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতক প্ৰায়ে বৌদ্ধিক সম্পত্তিৰ সোণৰ খনি বুলি অভিহিত কৰা হয়। তেওঁ লগতে কয় যে বেদ এই বৌদ্ধিক সম্পত্তিৰ প্ৰধান উদাহৰণ।