November 27, 2025 8:05 PM November 27, 2025 8:05 PM
11
ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত
ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত আছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। ২০ ডিচেম্বৰলৈকে ভোটাৰৰ তথ্য সংগ্ৰহ কৰা হ'ব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে জিলা প্রশাসনে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ভোটাৰ তালিকাৰ সোৱাহ দূৰীকৰণৰ বাবে ...