April 20, 2024 12:14 PM

views 21

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে চিৰাঙৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজনী বিধানসভা সমষ্টিৰ ভোটাৰৰ সজাগতাৰ লক্ষ্যৰে শুভংকৰ মুকলি কৰিছে। আনহাতে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নির্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত কালি বিজনীত নতুন ভোটাৰসকলৰ অংশগ্রহণেৰে এক ফেশ্বন শ্ব’ অনুষ্ঠিত কৰে। বিজনী জিলা নির্বাচনী বিভাগৰ এছ ভি ই ই পি কোষৰ উদ্যোগত বিজনী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই ফেশ্বন শ্ব’ প্রতিযোগিতাৰ জৰি...