April 5, 2024 12:22 PM April 5, 2024 12:22 PM

views 21

বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত বৃহস্পতিবাৰে দশম ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত

♦ বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত কালি দশম ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা-ডি আৰ ডি অ'ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা আৰু গৱেষণা বিভাগৰ সচিব ড০ সমীৰ ভি কামাটে তিনিদিনীয়া এই সমাৰোহ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী কামাটে ডি আৰ ডি অ’ক উন্নত শিখৰলৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তিত গোলকীয় শৃংখলা আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ যুৱ বিজ্ঞানীসকলৰ প্ৰতি আহ্বান জনায়। ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহে প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্ত...