December 19, 2024 8:44 PM

views 28

বিশ্বৰ ২৬ খন দেশে ভাৰতীয় পৰ্যটকসকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ সুবিধা আগবঢ়াইছে

বিশ্বৰ ২৬ খন দেশে ভাৰতীয় পৰ্যটকসকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। আজি ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে এই কথা প্ৰকাশ কৰি কয়, যে ভাৰতীয় পাছপৰ্টধাৰী নাগৰিকৰ বাবে বিশ্বৰ ৪০ খন দেশে সেই দেশসমূহত প্ৰৱেশ কৰাৰ পাছতে ভিছা প্ৰদানৰ সুবিধা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ভাৰতে নেপাল, ভূটান আৰু মালদ্বীপৰ নাগৰিকৰ বাবে ভাৰতত ভিছাবিহীন প্ৰৱেশৰ সুবিধা আগবঢ়ায়। তেওঁ লগতে কয়, যে ভাৰতলৈ পৰ্যটন, চিকিৎসা আৰু ব্যৱসায়িক কাৰণত অহা মালদ্বীপৰ নাগৰিকক পূৰ্বৱৰ্তী ৬ মাহত ৯০ দিনতকৈ কম ...