December 21, 2025 8:47 PM December 21, 2025 8:47 PM
7
বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ
বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জৰিয়তে কেৱল ১০০টা কৰ্মদিনৰ সুবিধা প্ৰদান কৰা হৈছিল। তেওঁ লগতে কয় যে বিধেয়কখনত কোনো কামৰ সুবিধা লাভ নকৰা লোকসকলৰ বাবে বিশেষ ভাটাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি কৃষকসকলৰ বাবেও বিধেয়কখনত বিশেষ ব্যৱস্থা কৰা হৈ...