September 30, 2025 11:35 AM
3
হাঙ্গেৰীত অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদৰ অংশগ্ৰহণ
হাঙ্গেৰীত কালি অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদে অংশ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত সময়ত আন্তঃগ...