October 28, 2025 11:20 AM October 28, 2025 11:20 AM

views 32

বিকশিত ভাৰত কুইজ প্রতিযোগিতাত যুৱক-যুৱতীসকলক অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰ গঠনৰ দিশত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দ্বিতীয় বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা এটা উত্তম সুযোগ। তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ধাৰণা আৰু অন্তর্দৃষ্টি, বিকশিত ভাৰত গঠনৰ পথ প্ৰশস্ত কৰিব পাৰে। জনসাধাৰণে অহা ৩১ অক্টোবৰ পৰ্যন্ত এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব। অহা ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিকশিত ভাৰত কুইজ প্ৰতিযোগিতা অন...

January 10, 2025 1:04 PM January 10, 2025 1:04 PM

views 16

ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আৰম্ভ

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে কৈছে, যে যুৱক-যুৱতীসকলক বিকশিত ভাৰতৰ বাবে উদ্ভাৱণমূলক সমাধান আগবঢ়োৱাৰ অনন্য মঞ্চ প্ৰদান কৰাই এই তিনিদিনীয়া আলোচনাৰ মূল উদ্দেশ্যে। এই আলোচনাই যুৱ নেতাসকলক ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত নিজৰ অৱধাৰণাৰ অৱদান আগবঢ়াই নীতি প্ৰণেতা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। সমগ্ৰ দেশৰ প্ৰায় ৩০ লাখ যুৱ নেতাই বিকশিত ভাৰতৰ ব...