January 19, 2026 12:03 PM

views 5

চৰকাৰৰ বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ

চৰকাৰে বিকশিত ভাৰত: নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডণ কৰিছে। বিৰোধী দলে আইনখনৰ সমালোচনা কৰা কাৰ্য তথ্য আধাৰিত নহয় আৰু ই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই আইনখনৰ জৰিয়তে গাঁৱৰ পৰিয়ালসমূহৰ কমেও ১২৫ দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। এই আইনৰ জৰিয়তে ১৫ দিনৰ ভিতৰত কৰ্ম সংস্থাপন নিদিলে নিৱনুৱা ভাট্টা দিয়াটো বাধ্যতামূলক কৰা হৈছে। শ্ৰমিকৰ মজুৰি সন্দৰ্ভত এই আইনখনত স্পষ্টভাবে উল্লেখ আছে। প্রতিজন লোকে প্রতিদিনৰ কামৰ বিপ...