December 16, 2024 7:56 PM

views 27

ভাৰত-বাংলাদেশৰ সেনাবাহিনীৰ ৫৩ সংখ্যক বিজয় দিৱস উদযাপন

১৯৭১ চনৰ মুক্তিযুদ্ধৰ ৫৩ সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজি ত্ৰিপুৰাৰ আগৰতলা আখৌৰা সীমান্তত উভয় দেশৰ সেনা বাহিনীয়ে শুভেচ্ছা বিনিময় কৰে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্ত...