October 28, 2024 11:49 AM
22
দেশজুৰি আজিৰ পৰা তদাৰকী সজাগতা সপ্তাহ পালন
দুর্নীতিমুক্ত সমাজৰ লক্ষ্যত উপনীত হোৱা তথা ৰাজহুৱা জীৱনত ন্যায়পৰায়নতাৰ ভাৱাদৰ্শ সংবর্ধনৰ উদ্দেশ্যে আজিৰ পৰা দেশজুৰি তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে– সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় তদাৰকী আয়োগে গণমুখী প্ৰচাৰ অভিযানেৰে এই কাৰ্যসূচীত সংশ্লিষ্ট প্ৰতিটো পক্ষৰে অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ শলাগ লয়। মুখ্যমন্ত্রীয়ে এটা শুভেচ্ছা বাৰ্তাত উল্লেখ কৰে যে পুৰাতন ভাৰতীয় সংস্কৃতিয়ে আগবঢ়োৱা প্ৰমূল...