September 29, 2025 11:03 AM

views 44

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে হাজাৰ হাজাৰ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰোৱা হৈছে। এদিন পূর্বে ফিলিপাইনছত টাইফুনৰ ফলত প্ৰচণ্ড ধুমুহা-বৰষুণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। ঘণ্টাত ১৩৩ কিলোমিটাৰ বেগেৰে বলা বতাহজাকে আজি মধ্য ভিয়েটনামত খুন্দিয়াব বুলি দেশখনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে ইয়াৰ ফলত প্ৰচণ্ড ধুমুহা, প্রবল বৰষুণ, আকস্মিক বান, ভূমিস্খলনকে ধৰি বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। ভিয়েটনাম চৰকাৰে কানি...