November 21, 2025 11:06 AM
2
ভিয়েটনামত বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি
ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা ১৫০ ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গ...