September 9, 2025 8:35 PM

views 15

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে চি পি ৰাধাকৃষ্ণণৰ বিজয় সাব্যস্ত

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে ৪৫২টা ভোট লাভেৰে এন.ডি.এ মিত্ৰজোটৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বিজয় সাব্যস্ত কৰিছে। আজি দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৫ বজাত সম্পন্ন হয়। আজি লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৭৮১ গৰাকী সাংসদৰ ৯৬ শতাংশই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপ- ৰাষ্ট্ৰপতি...