December 7, 2025 11:20 AM December 7, 2025 11:20 AM
5
২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সজাগ হৈ একেলগে কাম কৰিবলৈ যুৱক-যুৱতীসকলক উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান
উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুৱতীসকলক সজাগ হ'বলৈ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। গুজৰাটৰ একতাৰ মূৰ্তিত চৰ্দাৰ @150 শীৰ্ষক ৰাষ্ট্ৰীয় পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত যুৱক- যুৱতীসকলক দেশৰ বিকাশৰ চালিকা শক্তি বুলি অভিহিত কৰে আৰু দেশৰ বিশাল যুৱপ্ৰজন্মই মহান ৰাষ্ট্ৰীয় শক্তিক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে। দেশৰ একতা আৰু ...