May 22, 2024 8:20 PM

views 26

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ সামৰণি

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ আজি সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ পৰিৱেশ কোষৰ উদ্যোগত আয়োজিত এই দুদিনীয়া কৰ্মশালাত পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন, প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়ত আলোচনা কৰা হয়। জিলা উন্নয়ন আয়ুক্ত মীনাক্ষী পার্মেই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কৰ্মশালাখনত কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্রহণ কৰে। তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে পৰিৱেশ সম্পৰ্কীয় সমস...