December 26, 2024 1:14 PM December 26, 2024 1:14 PM

views 4

সমগ্ৰ দেশজুৰি আজি বীৰ শিশু দিৱস উদযাপন

আজি বীৰ শিশু দিৱস। শিখসকলৰ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই বীৰ ছহিদ পুত্র বাবা ফার্টেই সিং আৰু জোৰাৱৰ সিঙৰ সোঁৱৰণত সমগ্ৰ দেশজুৰি এই দিৱস উদযাপন কৰা হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰ শিশু দিৱসৰ সৈতে সংগতি ৰাখি এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশ লয়। একেদৰে গুৱাহাটী মহানগৰীৰ গোপীনাথ নগৰৰ গুৰু...