December 25, 2024 8:22 PM
13
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ১৭ টি শিশুক কাইলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত মুঠ ৭ টা শাখাত ১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্রীড়া আৰু পৰিবেশ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশৰ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১৭ টি শিশুলৈ এই বঁটা আগবঢ়োৱা হ'ব। এই বঁটাত আছে এটা পদক, প্ৰমাণ পত্ৰ আৰু প্ৰশস্তিপত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বীৰ বাল দিৱস উপলক্ষে দেশৰ ভৱিষ্যত শিশুসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ভ...