January 2, 2025 4:07 PM

views 28

দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য ভাৰতৰ

ভাৰতে দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৱানুৱাটুৰ উপকূলৰ সমীপত যোৱা ১৭ ডিচেম্বৰত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ ফলত দেশখনৰ বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে সম্পত্তিৰো বিস্তৰ ক্ষতি হয়। এই প্রাকৃতিক দুৰ্যোগত বহু ধন-জনৰ ক্ষতি হোৱাৰ বাবে ভাৰতে ৱানুৱাটু চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ভাৰত-প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ সহযোগিতা মঞ্চ, ফিপিকৰ অধীনত অতি ঘনিষ্ঠ মৈত্ৰী দেশ আৰু অংশীদাৰ হিচাপে ভাৰত চৰকাৰে দেশখনৰ এই দুৰ্যো...