December 8, 2025 8:08 PM

views 20

লোকসভাত ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আলোচনা

লোকসভাত আজি ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ১৮৭৫ চনত বংকিম চন্দ্র চেটার্জীয়ে এই গীতটি ৰচনা কৰিছিল। আলোচনা আৰম্ভ কৰি প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে কয় যে বন্দে মাতৰম মন্ত্রই সমগ্র দেশকে শক্তি আৰু অনুপ্ৰেৰণা যোগোৱাৰ লগতে স্বাধীনতা আন্দোলনতো প্রভাবিন্বিত কৰিছিল। এই বিষয়টো লৈ আলোচনা কৰিবলৈ পোৱাটো দেশবাসীৰ লগতে সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৌৰৱ আৰু সৌভাগ্যৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। শ্রীমোদীয়ে কয় যে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাটো গৌৰবৰ মহৎ অধ্যায় প...

November 7, 2025 7:44 PM

views 66

বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি ৰাজ্যৰ সকলো জিলা আৰু সম-জিলাত উদযাপন

দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাবেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিমচন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি দেশৰ অন্য ঠাইৰ দৰে আজি অসমতো সকলো জিলা আৰু সম-জিলাত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে জনতাভৱনত আজি আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে এই গীতটি পৰিৱেশন কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী উদয...