May 2, 2024 12:56 PM May 2, 2024 12:56 PM

views 16

ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান

◊ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, এফ আই দি ই-য়ে আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। বৈশালী হ'ল কনাৰু হাম্পি আৰু হৰিকা দ্ৰোণাৱলীৰ পাছত এই উপাধি লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা গ্রেণ্ডমাষ্টাৰ। বৈশালীয়ে স্পেইনত বিগত বৰ্ষত অনুষ্ঠিত ল’ব্রেগাট অ'পেন দবা প্রতিযোগিতাত প্রয়োজনীয় আঢ়ৈ হাজাৰ ই এল অ' পইণ্ট সম্পূৰ্ণ কৰিছিল। অৱশ্যে যোৱা মাহত টৰণ্টোত কেণ্ডিডেটছ্ টুর্ণামেণ্টৰ সময়ত আয়োজিত ফেডাৰেশ্যনৰ পৰিষদৰ বৈঠকৰ পাছতহে খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে এই উপ...