April 12, 2025 8:53 PM

views 14

গুৱাহাটীৰ উজানবজাৰৰ জল পৰিবহণ প্ৰকল্পত ৩০৬.৯ কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্রকল্প স্থাপন

উত্তৰ-পূব সীমান্ত ৰে’লৱে পাৰিপাৰ্শ্বিক সমতা অক্ষুণ্ণ ৰখাৰ লগতে নৱীকৰণযোগ্য শক্তি আহৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটীৰ উজানবজাৰৰ জল পৰিবহণ প্ৰকল্পত ৩০৬.৯ কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্রকল্প স্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্রীবাস্তৱৰ নেতৃত্বত এই প্ৰকল্পতো উদ্বোধন কৰা হয়। এই অত্যাধুনিক সৌৰ প্ৰকল্পটোৱে দৈনিক গড়ে ৯২৮ ইউনিট বিদ্যুৎ উৎপাদন কৰিব পাৰিব। ইয়াৰ ফলত প্ৰতিবছৰে ৩০ লাখ টকা ৰাহি হ'ব বুলি আশা কৰা হৈছে। ২ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষ এই প্রকল্...