July 28, 2025 10:16 AM

views 42

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা পথত পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত, ৩০ জন আহত

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা এটা পথত কালি পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত হোৱাৰ লগতে আন ৩০ জন লোক আঘাতপ্রাপ্ত হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রমেন্দ্র সিং ডোভালে কৈছে যে অঞ্চলটোত বিদ্যুৎ প্ৰৱাহ হোৱা বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পাছত জনসাধাৰণৰ মাজত হুৱাদুৱা লগাৰ ফলতে এই দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। হৰিদ্বাৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেইবাটিও শিশু আৰু বয়োজ্যেষ্ঠ তীর্থযাত্রী আছে। এই লোককেইজন উত্তৰ প্ৰদেশ, বিহাৰ আৰু উত্তৰাখণ্ড...