January 4, 2026 8:16 PM

views 26

উত্তৰ কোৰিয়াই নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত নিজৰ প্ৰতিশ্রুতিবদ্ধতাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে দোহাৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে উত্তৰ কোৰিয়াই পূব সাগৰলৈ লক্ষ্য কৰি আজি নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত দেশখনে নিজৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে অহা সপ্তাহত চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চীন ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে এখন সন্মিলনত ভাগ লোৱাৰ প্ৰস্তুতিৰ সময়ত আমেৰিকাৰ সেনাবাহিনীয়ে এই মন্তব্য কৰিছে। দক্ষিণ কোৰিয়াৰ সামৰিকবাহিনীৰ যুটীয়া মুৰববীয়ে কৈছে যে উত্তৰ কোৰিয়াৰ ৰাজধানীৰ সমীপৰ পৰা ভালেমান বে...