January 4, 2026 8:28 PM

views 33

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানৰ অসন্তুষ্টি প্রকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্রেটসকলৰ লগতে দেশ-বিদেশৰ ভালেমান সংবাদ প্রতিষ্ঠানে আমেৰিকাই সামৰিক অভিযান চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক'লাছ মাদুৰক কৰায়ত্ব কৰাৰ বিষয়ত অসন্তুষ্টি প্রকাশ কৰিছে। কিছুমান সংবাদ প্রতিষ্ঠানে আমেৰিকাৰ এই কাৰ্যৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকাৰ বাশ্বিংটন, বষ্টন, লছ এঞ্জেলছ, আটলান্টা, ছিকাগো, মিয়ামী আদি বৃহৎ মহানগৰসমূহত ভালেমান লোক ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকল টাইমছ স্কোৱেৰত সমবেত হৈ হাতে হাতে বিভিন্ন প্লেকার্ড লৈ প্রতিবা...