January 12, 2025 6:59 PM

views 15

পোপ ফ্রান্সিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ Presidential medal of Freedom প্ৰদান

আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইদেনে কালি পোপ ফ্রান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক (Presidential medal of Freedom) প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইদেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশতো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি বাইদেনে কয়, যে পোপ ফ্ৰান্সিছক নম্ৰতা আৰু দয়ালু স্বভাৱ প্ৰকাশৰ উৰ্ধত। পোপ সন্দৰ্ভত দিয়া বিবৃতিত বাইদেনে সমগ্র আৰ্জেণ্টিনাত ধৰ্মীয় নেতাগৰাকীয়ে কণ্ঠহীন আৰু আতৰ্জনৰ সেৱাত জীৱ...