May 11, 2025 12:03 PM
ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় নতুন আলোচনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভ্ৰমণৰ ঠিক পূৰ্বেই আজি ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় এলানি নতুন আলোচনা অনুষ্ঠিত হ'ব। আমেৰিকা-ইৰাণৰ উত্তেজনা অব্যাহত থকা আ...