April 16, 2025 2:19 PM
39
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথম অংশৰ প্ৰসংগ চৰ্তত কালি হস্তাক্ষৰ কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বাণিজ্য আৰু উদ্যোগ সচিব সুনিল বর্ণবানে কয় যে দুয়োপক্ষই পৰস্পৰৰ বাবে লাভদায়ক, বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত বহুন ভিত্তিত সহমতত উপনীত হৈছে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা প্ৰতিশুল্কৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বাবে উদ্বেগ আৰু সুযোগৰ সৃষ্টি হ...