January 26, 2025 8:47 PM

views 18

আমেৰিকা যুক্তৰাষ্ট্ৰই বাংলাদেশৰ সৈতে সকলো ধৰণৰ সাহায্য কাৰ্যসূচী সাময়িকভাৱে বন্ধ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই বাংলাদেশৰ সৈতে সকলো ধৰণৰ সাহায্য কাৰ্যসূচী সাময়িকভাৱে বন্ধ কৰিছে। বাংলাদেশৰ সকলো অংশীদাৰলৈ এই সন্দৰ্ভত কালি এখন পত্ৰ প্ৰেৰণ কৰি সংস্থাটোৱে দেশখনৰ সৈতে চুক্তিভিত্তিক, কামৰ নিৰ্দেশ, অনুদান, সমবায় ভিত্তিক চুক্তি বা অন্য সাহায্য প্রদানকাৰী মাধ্যমেৰে সাহায্য প্রদান ব্যৱস্থা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ আগেয়ে যোৱা শুকুৰবাৰে আমেৰিকাই জৰুৰীকালীন অৱস্থাত খাদ্য যোগান আৰু ইজৰাইল আৰু ইজিপ্তত সামৰিক বাহিনীৰ বাবে বিত্ত যোগানৰ বাহিৰে অন্য সকলো বিদে...