August 18, 2024 6:50 PM

views 30

কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভলৈ আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন

আজি আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন গাজাত যুদ্ধ বিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাছিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভত উপস্থিত হব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পছত তেওঁৰ এইটো নৱম পশ্চিম এছিয়া ভ্ৰমণ। আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কায়ৰোত অব্যাহত ইজৰাইল আৰু হামাছৰ মাজৰ পৰোক্ষ শান্তি আলোচনা তদাৰক কৰিব। আমেৰিকাৰ হস্তক্ষেপত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দোহা শান্তি আলোচনাৰ পাছত যুদ্ধ বিৰতি আশা কৰা হৈছে । ইজৰাইলৰ বিষয়াসকলৰ মতে ব্লিংকেনে ইজৰাইলৰ ৰাষ্ট...