March 19, 2025 11:53 AM

views 16

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলোচনা

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত প্ৰায় ডেৰঘণ্টাজোৰা আলোচনাৰ অন্তত কালি নেতা দুগৰাকীয়ে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্রকাশ কৰে। অৱশ্যে ইউক্রেইনে এতিয়ালৈকে সীমিত শক্তি যুদ্ধ বিৰতি প্ৰস্তাৱত কোনো ধৰণৰ সহমত অথবা প্রতিক্রিয়া প্ৰকাশ কৰা নাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়, ক্রেমলিনৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি পুটিন সম্পূর্ণ যুদ্ধবিৰতিৰ বাবে সাজু আছে। শ্ৰী ট্রাম্পৰ সৈতে হোৱা আলোচনাত এই সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ...