March 26, 2025 1:21 PM
13
আমেৰিকাৰ নির্বাচন প্রক্রিয়াত ব্যাপক পৰিৱৰ্তন অনাৰ বাবে এটা কাৰ্যকৰী নিৰ্দেশত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ স্বাক্ষৰ
মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ নির্বাচন প্রক্রিয়াত ব্যাপক পৰিৱৰ্তন অনাৰ বাবে এটা কাৰ্যকৰী নিৰ্দেশত স্বাক্ষৰ কৰিছে। সেই অনুসৰি ভোটদাতাৰ পঞ্জীয়নৰ বাবে তথ্য প্রমাণিকৰণৰ প্ৰয়োজন হ'ব আৰু নিৰ্বাচনৰ দিন পর্যন্ত সকলো বেলট পেপাৰ লাভ কৰাটো নিশ্চিত কৰিব লাগিব। এই নির্দেশ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বুনিয়াদী আৰু প্ৰয়োজনীয় নির্বাচনী সুৰক্ষা বলৱৎ কৰাত ব্যৰ্থ হৈছে আৰু সেইবাবে ভোটদাতাৰ তালিকা প্ৰকাশ আৰু নিৰ্বাচন সম্পৰ্কীয় অপৰাধৰ বিচাৰৰ বাবে যুক্তৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে প্ৰদেশসমূহক সহযোগিতা...