August 27, 2024 11:08 AM
19
নিউয়র্কত ইউ এছ অপেন টেনিছ প্রতিযোগিতা আৰম্ভ; ভাৰতৰ সুমিত নাগল নেডাৰলেণ্ডছৰ টেলন গ্রিয়েক্সপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ
নিউয়র্কত কালি চলিত বৰ্ষৰ ইউ এছ অপেন টেনিছ প্রতিযোগিতা আৰম্ভ হয়। প্রতিযোগিতাত সম্প্ৰতি পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ সুমিত নাগল নেডাৰলেণ্ডছৰ টেলন গ্রিয়েক্সপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সুবাদত নাগলে ২০১৯ চনৰ পাছত একেটা বৰ্ষতে চাৰিওখন গ্রেণ্ডশ্লাম প্রতিযোগিতাৰ ছিংগলছত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ৰেংকিঙৰ ৭২ সংখ্যক স্থানত থকা ভাৰতীয় খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ পূৰ...