May 2, 2024 6:17 PM May 2, 2024 6:17 PM

views 11

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে ৫.২৫ৰ পৰা ৫.৫০ৰ ভিতৰত ৰাখিছে

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে বজাৰ মূল্যৰ লগত সংগতি ৰাখি সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে কোনো সাল-সলনি নকৰি ৫ দশমিক ২-৫ৰ পৰা ৫ দশমিক ৫-০ৰ ভিতৰত ৰাখিছে। যুক্তৰাষ্ট্ৰীয় মুক্ত বাণিজ্য কমিটীৰ সভাৰ দুদিন পাছত যোৱা নিশা আমেৰিকাৰ কেন্দ্রীয় বেংকে ২ শতাংশ মুদ্রাস্ফীতি হ্ৰাসৰ লক্ষ্যৰ অগ্ৰগতিৰ ক্ষেত্ৰত পিছপৰি থকাৰ পৰিপ্ৰেক্ষিতত সুত্ৰৰ হাৰৰ কোনো সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা কেইবামাহো ধৰি আমেৰিকাৰ কেন্দ্ৰীয় বেংকে চাহিদা কমাবৰ বাবে আৰু মূল্য নিয়ন্ত্ৰণৰ বাবে সুতৰ হাৰ উচ্চস্তৰত ৰাখিছে, যদিও মুদ্রাস্ফীতি...