August 18, 2025 12:54 PM August 18, 2025 12:54 PM
13
আজিৰ পৰা সীমান্তৰ ৰেংমা বনাঞ্চলৰ পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান
উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণি পেলোৱাৰ পাছত আজিৰ পৰা সীমান্তৰ ৰেংমা বনাঞ্চলৰ পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে।। দিনৰ ১০ বজাৰ পৰা ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত আজি প্ৰশাসনে দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলাইছে। এই গাঁও কেইখনৰ ৫৭ টা পৰিয়ালে উচ্ছেদ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে আজি পর্যন্ত তেওঁলোকক সাময়িকভাৱে সকাহ দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত আজি প...