April 22, 2025 8:08 PM

views 51

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। আয়োগে নিযুক্তিৰ বাবে এহেজাৰ ৯ গৰাকী পৰীক্ষাৰ্থীৰ নামৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে ভিতৰত ৭২৫ গৰাকী পুৰুষ আৰু ২৮৪ গৰাকী মহিলা আছে। শীৰ্ষৰ ৫ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ গৰাকী পুৰুষ আছে। শক্তি ডুবেই ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডোংৰে আৰ্চিত পৰাগে তৃতীয় স্থান লাভ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে যোৱা বছৰ ছেপ্তেম্বৰত অসামৰিক সেৱাৰ লিখিত পৰীক্ষাৰ আয়োজন...

April 22, 2025 3:43 PM

views 74

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ...

April 16, 2024 7:53 PM

views 44

২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলাফল তেওঁলোকে লাভ কৰিছে। তেওঁ কয় যে, অনাগত সময়ত তেওঁলোকৰ প্ৰচেষ্টাই দেশৰ ভৱিষ্যত নিৰূপণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে, এয়া তেওঁলোকৰ যাত্ৰাৰ সামৰণি নহয়। পৰীক্ষাত সফল হোৱাৰ বিভিন্ন...

April 16, 2024 7:17 PM

views 60

অসমৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ এপ্রিলত নির্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত নিৰ্বাচনী পৰিপ্ৰেক্ষিতত ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সু...