March 31, 2025 9:28 PM March 31, 2025 9:28 PM

views 3

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ একত্রিত পেন্সন আঁচনি (UPS) মঙলবাৰৰ পৰা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একত্রিত পেন্সন আঁচনি (ইউ. পি. এছ.) কাইলৈৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে ইউ. পি. এছ. প্ৰৱৰ্তন কৰিছিল। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি পি. এফ. আৰ. ডি. এ.-য়ে শেহতীয়াকৈ ইউ. পি. এছ.-ৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তিনিটা গোটৰ সৈতে সম্পর্কিত নিয়মাৱলীসমূহ প্ৰকাশ কৰিছে। প্ৰথম শ্ৰেণীত ২০২৫ চনৰ ১ এপ্ৰিললৈকে সেৱাত জড়িত থকা এজন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক এনপিএছৰ অধী...