March 31, 2025 12:05 PM

views 20

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি ওপজা দিন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত প্রথম বডোফা উপেন্দ্র নাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে – শান্তিৰ আৰ্হিস্বৰূপ, বড়োলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ লক্ষ্য শীর্ষক বিষয়ত বক্তৃতা আগবঢ়াব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু ...